উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে কটন বিশ্ববিদ্যালয়ৰ জাননী প্ৰকাশ

Homeবাতৰি

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে কটন বিশ্ববিদ্যালয়ৰ জাননী প্ৰকাশ

UPSC Update: ৩১ মে’ত অনুষ্ঠিত হ’বলগীয়া প্ৰাৰম্ভিক পৰীক্ষা স্থগিত
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সকলো স্নাতক আৰু স্নাতকোত্তৰ শাখা সমূহৰ নতুন সময়সূচী
কেতিয়া প্ৰকাশ পাব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল

বৰ্তমান সমগ্ৰ বিশ্বতে ক’ৰ’ণা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ মাজতেই কটন বিশ্ববিদ্যালয়ে জাৰি কৰিছে ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ জাননী।

চলিত বৰ্ষত কটন বিশ্ববিদ্যালয়ত বিজ্ঞান শাখাৰ মুঠ আসনৰ সংখ্যা হ’ব ৩২০ খন আৰু কলা শাখাৰ মুঠ আসনৰ সংখ্যা হব ১২০ খন।
কটন বিশ্ববিদ্যালয় কতৃপক্ষই প্ৰকাশ কৰা জাননীখনত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষত পূর্বতকৈ কলা আৰু বিজ্ঞান দুয়োটা শাখাতে আসনৰ সংখ্যা হ্ৰাস পাব বুলি অনুমান কৰিব পৰি ।

উল্লেখযোগ্য যে, মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

loading...

COMMENTS

WORDPRESS: 0